Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: দুই নং গুমা পৰিষদীয় সমষ্টিত ২৬ টা জনগোষ্ঠীক লগত লৈ আগবঢ়োৱাৰ সিদ্ধান্ত বিজেপিৰ প্ৰাৰ্থী সজল সিংহৰ

Dhubri Part, Dhubri | Sep 1, 2025
২৬ টা জনগোষ্ঠীক লগত লৈ আগবঢ়োৱাৰ সিদ্ধান্ত বিজেপি ৰ প্ৰাৰ্থী সজল সিংহৰ । তেওঁৰ মতে, "দল বা ৰাজনীতিত মতৰ অমিল থাকিবই"। দুই নং গুমা পৰিষদীয় সমষ্টিত বিজেপি দলৰ দুগৰাকীকৈ প্ৰাৰ্থী প্ৰত্যাশী আছিল । তাৰে ভিতৰত সজল সিংহই লাভ কৰে প্ৰাৰ্থীত্ব । "প্ৰাৰ্থীত্ব কেন্দ্ৰিক যুজঁ সকলো দলত থাকে বুলি উল্লেখ কৰে বিজেপি প্ৰাৰ্থী সজল সিংহই" ।
Read More News
T & CPrivacy PolicyContact Us