Download Now Banner

This browser does not support the video element.

বোকাখাত: বোকাখাটত ৰাজপথত ডকাইতিৰ ঘটনা, ঘটনাৰ সন্দৰ্ভত বোকাখাট আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ

Bokakhat, Golaghat | Aug 22, 2025
বোকাখাটত ৰাজপথত ডকাইটৰ ঘটনা,ঘটনাৰ সন্দৰ্ভত শুক্ৰবাৰে মাজ নিশা প্ৰায় ১২ বজাত আৰক্ষী থানাত এজাহাৰ দাখিল l বোকাখাত নগৰৰ ৩ নং ৱাৰ্ডত ডকাইতিৰ দৰে কাণ্ড সংঘটিত ৷ স্থানীয় যুৱ ব্যৱসায়ী বাবলু গোৱেংকা (জ্যোতি)ৰ সৈতে সংঘটিত হয় এই ঘটনা l হাতৰ পৰা প্ৰায় দহ হাজাৰ টকা লৈ পলাই যাই ডকাইটৰ দলটো। ঘটনাৰ সন্দৰ্ভত বোকাখাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোক জনে।
Read More News
T & CPrivacy PolicyContact Us