Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ফুলবাৰিত হত্যাৰ বলি হোৱা সোনম তামাঙৰ হত্যাকাৰীক শাস্তি প্ৰদান কৰিবলৈ অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ দাবী

Udalguri, Udalguri | Sep 22, 2025
ওদালগুৰি জিলাৰ ফুলবাৰি নিজ ঘৰৰ পৰা নিৰুদ্দেশ হোৱা সোনম তামাঙৰ ম্ৰিতদেহ ২০ চেপ্টেম্বৰ ৰাতিপুৱা গোলন্দী নদীত প্ৰত্যক্ষ হোৱাৰ পিছত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াৰ পিছত ওদালগুৰি আৰক্ষী থানাৰ বিষয়া মনুজ্বল গগৈৰ লগতে ওদালগুৰি ৰাজহ চক্ৰৰ বিষয়া সন্তোষ চক্ৰবৰ্তীৰ নিৰিক্ষণত চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ পিছত ১৯ চেপ্টেম্বৰ নিশা তিনিবজালৈকে একেলগে পাৰ্টী কৰা ৰিংকু তামাঙৰ লগতে বনৰীয়া হাতীৰ পৰা শস্য ৰক্ষা কৰিবলৈ পথাৰত বিদ্যুৎ সংযোগ কৰা ডেমু নামৰ ব্যক্তিক সোধপোছ কৰে।
Read More News
T & CPrivacy PolicyContact Us