This browser does not support the video element.
নগাঁও: লাওখোৱা ৰোডৰ এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ, সংবাদ মাধ্যমৰ কাষ চাপিল পৰিয়াল, এজাহাৰ দাখিল
Nagaon, Nagaon | Sep 3, 2025
নগাঁওৰ লাওখোৱা ৰোডৰ বাসিন্দা ৰিতা কেৱট নামৰ ৩০ বছৰীয়া এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা নিৰুদ্দেশ। মহিলা গৰাকিয়ে ঘৰৰ পৰা মনিং ওৱাক কৰিবলৈ যাও বুলি ওলাই গৈছিল। তেওঁৰ পৰিধানত আছিল হালধীয়া ৰঙৰ কোৰ্টা আৰু ৰঙা পাইজামা । কোনো সদাশয় ব্যক্তি য়ে যদি এই মহিলা গৰাকিৰ সন্ধান পায় তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ আহব্বান জনায়। 7896607167/9707356243