Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত দুৰদৰ্শন কেন্দ্ৰ আৰু বানীপুৰ ৰেল ষ্টেচন সংযোগী পথ, সমস্যাত সহস্ৰাধিক লোক #jansamasya

Dibrugarh East, Dibrugarh | Sep 7, 2025
অতি কদৰ্যময়েৰে ডাম্পিং গ্ৰাউণ্ডত পৰিণত হৈছে ডিব্ৰুগড় মহানগৰৰ দুৰদৰ্শন কেন্দ্ৰৰ পৰা বানীপুৰ ৰেল ষ্টেচন সংযোগী পথচোৱা। আজি ৰবিবাৰে দিনৰ ৩ বজাত স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি একাংশ কাণ্ডজ্ঞানহীন লোকৰ কাৰণে গেলিছে এই পথচোৱা। পথৰ কাষত যেন মুকলি ডাষ্টবিন বনাইছে একাংশ অসাধু লোকে।
Read More News
T & CPrivacy PolicyContact Us