Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনিৰ নামত খেলিমেলি কৰাৰ  অভিযোগ উত্থাপন কৰি জিলা আয়ূক্তলৈ লিখিত অভিযোগ

Mankachar, South Salmara-Mankachar | Aug 27, 2025
বুধবাৰে দিনৰ আনুমানিক ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানুল্লাপাৰা গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকিৰী বাচনিৰ নামত খেলিমেলি কৰাৰ অভিযোগ  উত্থাপন কৰি জিলা আয়ুক্তলৈ লিখিত অভিযোগ দাখিল কৰে হিতাধিকাৰী সকলে।হিতাধিকাৰী সকলৰ অভিযোগ মতে অৰুণোদয় আঁচনিৰ হিতাধিকিৰী বাচনি কমিটিয়ে যোগ্য হিতাধিকাৰীৰ নামৰ বিপৰীতে অযোগ্য হিতাধিকাৰীৰ নাম বাচনি কৰে।
Read More News
T & CPrivacy PolicyContact Us