Install App
priyanka1162
This browser does not support the video element.
মৰিয়নি: কৰ্তব্যৰত আৰক্ষীক ভাবুকি প্ৰদান কৰা অনা অসমীয়া দুই যুৱকক চিনামৰাৰ পৰা আটক কৰে আৰক্ষীয়ে,চাকৰি খাই দিম বুলি দিছিল ভাবুকি
Mariani, Jorhat | Sep 3, 2025
মৰিয়নিত কৰ্তব্যৰত আৰক্ষীক ভাবুকি প্ৰদান কৰা অনা অসমীয়া দুই যুৱকক চিনামৰাৰ পৰা আটক কৰে আৰক্ষীয়ে । চাকৰি খাই দিম বুলিও দিছিল ভাবুকি। মৰিয়নিত কৰ্তব্যৰত দুই আৰক্ষীক ভাবুকি প্ৰদান কৰি অৱশেষত আটক হয় যোৰহাট চিনামৰাৰ দুই যুৱক। বুধবাৰে পুৱতি নিশা মৰিয়নিৰ পুখুৰীয়া ডেকা গাঁৱৰ ৰাজপথত যান বাহন ৰখাই থোৱাত আৰক্ষীয়ে জৰিমনা বিহাৰ বাবে ফটো মাৰিছিল ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!