Download Now Banner

This browser does not support the video element.

নগাঁও: প্ৰশাসনৰ উচ্ছেদ অবিহনেই জেঙনিত বেদখলমুক্ত চৰকাৰী ভূমি, বেদখলকাৰীয়ে নিজেই ১৭১ টা ঘৰ ভাঙি ত্যাগ কৰে চৰকাৰী ভূমি

Nagaon, Nagaon | Aug 27, 2025
প্ৰশাসনৰ উচ্ছেদ অবিহনেই বেদখলমুক্ত চৰকাৰী ভূমি।প্ৰথমবাৰৰ বাবে প্ৰশাসনৰ বুল্ড'জাৰ অবিহনেই বেদখলমুক্ত হল নগাঁও জিলাৰ ধিঙৰ চৰকাৰী ভূমি। ধিং ৰাজহ চক্ৰৰ অধীনৰ জেঙনি তিনিআলিৰ মুঠ ২৮ বিঘা চৰকাৰী ভূমি সম্পূৰ্ণ বেদখলমুক্ত হল। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আহ্বানক সন্মান জনাই বেদখলকাৰীয়ে নিজেই বুল্ড'জাৰ ব্যৱহাৰ কৰি ১৭১ ঘৰ ভাঙি ত্যাগ কৰে চৰকাৰী ভূমি। যাৰ ফলত আজি উচ্ছেদ হবলগীয়া স্থানত প্ৰশাসনে চলাবলগীয়া নহল উচ্ছেদ।
Read More News
T & CPrivacy PolicyContact Us