This browser does not support the video element.
পূব ডিব্ৰুগড়: চৌকিডিঙ্গী চাৰিআলিত জোঁৰ সমদল বাহিৰ কৰি সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
Dibrugarh East, Dibrugarh | Aug 26, 2025
সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অতি শীঘ্ৰে অনুষ্ঠিত কৰা আৰু জনজাতি সোনোৱাল কছাৰী সকলক ষষ্ঠ অনুসূচীৰ স্বায়ত্ত শাসন প্রদানৰ দাবীত সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাই ২ শতাধিক ৰাইজৰ সহযোগত আজি মঙ্গলবাৰে সন্ধিয়া ৭ বজাত মহানগৰৰ সোনোৱাল কছাৰি স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যালয়ৰ পৰা চৌকিডিঙ্গী চাৰিআলিৰ লৈকে জোৰ সমদল বাহিৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।