আজি চিৰাং জিলাৰ নিসিমাত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয়,আজিৰ এই যোগদান সভাত বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অৰ্ধ শতাধিক লোকে বিপিএফ দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত নিসিমা অঞ্চলৰ বিপিএফ দলৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।