Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: চিতু বৰুৱাই দেশী শ্ৰমিকক লগত সংঘটিত কৰা ঘটনাক ধুবুৰীত তীব্ৰ ভাষাৰে গৰিহণা ৰ'য়েল আহোম ছোচাইটিৰ

Dhubri Part, Dhubri | Aug 26, 2025
ধুবুৰী মানেই বাংলাদেশী বুলি ভবা সমল বুৰ্বক । দেশী সকলৰ বিষয়ে নজনা সকলক মহা বুৰ্বক" । ধুবুৰীস্থিত ছোৱাগত হোটেলৰ আলোচনা কক্ষত অনুষ্ঠিত মতবিনিময় সভাখনত উপস্থিত থাকি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে ৰ'য়েল আহোম ছোচাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰে । লগতে চিতু বৰুৱাই শিৱসাগৰত দেশী শ্ৰমিকক লগত সংঘটিত কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।
Read More News
T & CPrivacy PolicyContact Us