Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰত ৰাইজে হাতেলোটে আটক কৰিলে মোবাইল চোৰক

Dhubri Part, Dhubri | Aug 3, 2025
গৌৰীপুৰৰ আলমগঞ্জ বজাৰত মোবাইল চোৰ কৰাৰ সময়চোৱাত ৰাইজে হাতেলোঁতে আটক কৰে চোৰজনক। দোকানৰ পৰা মোবাইল ফোন চোৰ কৰি পলায়ন কৰাৰ সময়তে ধৰা খালে চোৰজন। ৰাইজে উত্তম মাধ্যম দি আৰক্ষীৰ হাতত চমজাই দিয়ে। সম্পূৰ্ণ ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Read More News
T & CPrivacy PolicyContact Us