This browser does not support the video element.
বাঘবৰ: জনতাৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনৰ ৰাইজৰ সৈতে মত বিনিময়
Baghbor, Barpeta | Sep 13, 2025
অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনৰ লগত এটা সজাতি দলে জনতা গাঁও পঞ্চায়ত পৰিদৰ্শন কৰি জনতা ৰাজীৱ ভৱনত আগন্তুক 2026 ৰ বিধান সভা নিৰ্বাচন সম্পৰ্কে কংগ্ৰেছ কৰ্মী আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত মন্দিয়া সমষ্টিৰ পৰা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আজাদ হুছেইনে প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি কুজ কাৱাজ চলাইছে যাৰ বাবে কংগ্ৰেছ দলৰ এটা সজাতি দল লৈ আজি জনতা গাওঁত ৰাইজৰ সৈতে মত বিনিময় কৰি বিভিন্ন জনৰ পৰা পৰামৰ্শ লয়।