This browser does not support the video element.
মৰাণ: মৰাণৰ জয়া নগৰ নামঘৰত অনুষ্ঠিত ভাগৱত পাঠ অনুষ্ঠানত ভক্তপ্ৰাণ ৰাইজৰ হৈতে উপস্থিত মন্ত্ৰী বিমল বৰা
Moran, Dibrugarh | Apr 21, 2025
আজি সোমবাৰৰ পৰা মৰাণৰ জয়ানগৰ নামঘৰত অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী ও চাৰিদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কাৰ্যসূচী। আজি সোমবাৰে বিয়লি ৪ বজাত জয়ানগৰ নামঘৰত স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ হৈতে উপস্থিত হয়গৈ মন্ত্ৰী বিমল বৰা। উপস্থিত হৈ ভক্তপ্ৰান ৰাইজক উদ্দেশ্যি সম্বোধন কৰি মন্ত্ৰী বিমল বৰাই ভাগৱত শাস্ত্ৰক বৈকুণ্ঠৰ কল্পতৰু হিচাপে আখ্যা দিয়া হৈছে বুলি কয়।