Download Now Banner

This browser does not support the video element.

মানকাচৰ: আসামেৰ আলগা বৰ্মন পাৰাত শিৱ মন্দিৰ আৰু মা দূৰ্গা দেৱীৰ মন্দিৰৰ শুভ উদ্বোধন, উপস্থিত জিলা বিজেপিৰ সভাপতি

Mankachar, South Salmara-Mankachar | Sep 4, 2025
বৃহস্পতিবাৰে আবেলি ৫বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল কানাইমাৰা গাওঁপঞ্চায়তৰ আসামেৰ আলগা বৰ্মন পাৰাত শিৱ মন্দিৰ আৰু মা দূৰ্গা দেৱীৰ মন্দিৰৰ শুভ উদ্বোধন কৰে ।উক্ত উদ্ধোধনী অনুষ্ঠানত উপস্থিত আছিল জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ সাহা,জিলা বিজেপিৰ সাধাৰণ সম্পাদক আব্দুল আলিম মোল্লা
Read More News
T & CPrivacy PolicyContact Us