Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: নলবাৰীগাঁৱত পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ কাৰ্যবাহী সদস্য ছাইখং বসুমতাৰীয়ে

India | Aug 26, 2025
আজি চিৰাং জিলাৰ চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত নলবাৰী গাঁওত মুখ্যমন্ত্ৰীৰ গুডউইল মিছন প্ৰজেক্টৰ অধিনত ৮০ লাখ টকা ব্যায় সাপেক্ষে নিৰ্মান হবলগীয়া পকী পথ নিৰ্মাণৰ আধাৰশীলা স্থাপন কৰে বিটিআৰ চৰকাৰৰ কাৰ্য্যবাহী সদস্য ছাইখং বসুমতাৰীয়ে,পথচোৱা নিৰ্মান নোহোৱাত অঞ্চলটোৰ লোকে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আছিল আৰু সেয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি পথৰ আধাৰশীলা কৰা বুলি জনায় বিটিআৰৰ কাৰ্যবাহী সদস্য ছাইখং বসুমতাৰীয়ে ।
Read More News
T & CPrivacy PolicyContact Us