Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰী আৱৰ্ত ভৱনত কংগ্ৰেছৰ উত্তপ্ত পৰিস্থিতি, কংগ্ৰেছৰ মাজত বিসম্বাদৰক লৈ পৰিস্থিতি উত্তপ্ত হৈছে

Mankachar, South Salmara-Mankachar | Aug 31, 2025
ৰবিবাৰে আবেলি ৫:৩০ বজাত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলগীয়া হৈছে আৱৰ্ত ভৱনত কংগ্ৰেছৰ মাজত সৃষ্টি হোৱা‌ উত্তপ্ত পৰিস্থিতিৰ।জিলা পৰিষদ গঠনক লৈ এই পৰিস্থিতি সৃষ্টি হৈছে।উল্লেখযোগ্য যে, যোৱা ৭ আগষ্টত দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদ গঠন কৰা হৈছে।দক্ষিণ শালমাৰা মানকাচৰ জিলা পৰিষদৰ মুঠ আসন চাৰি খনইয়াৰে ৩ খনত কংগ্ৰেছ আৰু ১ খনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।
Read More News
T & CPrivacy PolicyContact Us