Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: ছালাকাটিত ইউপিপিএলৰ দলীয় সভা অনুষ্ঠিত, উপস্থিত লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী

Kokrajhar Part, Kokrajhar | Aug 11, 2025
সোমবাৰ দিনা দিনৰ ১ বজাত কোকৰাঝাৰ জিলাৰ ছালাকাটিত ছালাকাটি ইউপিপিএল ব্লক সমিতিৰ উদ্যোগত ব্লক সমিতিৰ কাৰ্যালয়ত এগন দলীয় সভা কৰা হয়, সভাত লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী উপস্থিত থাকি বিটিচি নিৰ্বাচনত ছালাকাটি পৰিষদিয় সমিষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীক জিকাই অনাৰ উপৰত আলোচনা কৰে, উক্ত অনুষ্ঠানত ইউপিপিএল মহিলা কোষ তথা পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্ম, সংখ্যালঘু কোষৰ সভাপতি আয়নল হক, ব্লক সমিতিৰ সভাপতি ফুলবাগ মুছাহাৰী, দলীয় নেতা কৰ্মী উপস্থিত আছিল
Read More News
T & CPrivacy PolicyContact Us