Install App
hellobjb
This browser does not support the video element.
মৰিগাঁও: জমিয়তক লৈ ৰাজনীতি কৰা গ্ৰহণযোগ্য নহয়, মুখ্যমন্ত্ৰীয়ে জমিয়তক বুঢ়া আঙুলি দেখুৱাত মৈৰাবাৰীত মন্তব্য মুছলিম ছাত্ৰ সন্থাৰ
Marigaon, Morigaon | Aug 25, 2025
শনিবাৰে মৰিগাঁও জিলাৰ ভকত গাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জমিয়ত উলেমা ঈ হিন্দক বুঢ়া আঙুলি দেখুৱাই মাদানিক বাংলাদেশলৈ পঠিয়াই দিম বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে মৈৰাবাৰীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু কয় যে জমিয়তক লৈ ৰাজনীতি কৰা কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। যিসকলে নাজানে জমিয়তৰ ইতিহাস তেওঁলোকক অধ্যয়ন কৰিব লাগে জমিয়তৰ বিষয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!