Download Now Banner

This browser does not support the video element.

ওদালগুৰি: জালিমুখত নৱ নিৰ্মিত শৈল বান্ধ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সতে মত বিনিময় কৰে মন্ত্ৰী পীযুষ হাজৰিকাই

Udalguri, Udalguri | Jul 16, 2025
ভাৰত ভূটান সীমান্তৰ জালিমুখত বানপানীৰ বিভীষিকাৰ পৰা ৰাইজক ৰক্ষা কৰিবৰ বাবে প্ৰায় ১৭ কোটি টকা ব্যয় সাপেক্ষে এটি শৈল বান্ধ নিৰ্মাণ কৰা হয়। উক্ত শৈল বান্ধটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সতে মত বিনিময় কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। উক্ত সময় চোৱাত মন্ত্ৰী গৰাকীৰ সতে বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত পুলক পাটগিৰি, জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী, প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us