Download Now Banner

This browser does not support the video element.

মাজুলী: ফুলনিত ফুলনী গাঁও পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

Majuli, Majuli | Apr 6, 2024
মাজুলী ফুলনিত নিৰ্বাচনী কাৰ্যালয় মুকলি।  অহা ১৯ এপিলত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত থকাৰ মাজতে আজি ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ মাজুলী ফুলনি গাওঁ পঞ্চায়তৰ মিত্ৰজোটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে শনিবাৰে। নিৰ্বাচনী কাৰ্যালয় ফিতা কাতি মুকলি কৰে মাজুলী বিজেপিৰ উজনি মাজুলী মণ্ডলৰ প্ৰভাৰী  বিপুল শইকীয়াই। মিত্ৰ জোঁটৰ কর্মী সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই কাৰ্যালয় ত এখন নিৰ্বাচন কেন্দ্ৰিক সভা অনুষ্ঠিত হয়।
Read More News
T & CPrivacy PolicyContact Us