Download Now Banner

This browser does not support the video element.

দলগাঁও ভাগ: দলগাওৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়,তীব্ৰ বেগী ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়

Dalgaon Part, Darrang | Aug 31, 2025
দলগাওৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগী ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়।এই দূৰ্ঘটনাত তিনি জন লোক গুৰুত্ব ভাবে আহত হয়।
Read More News
T & CPrivacy PolicyContact Us