Install App
bpranjal752
This browser does not support the video element.
নগাঁও: ভৰিধোৱাত কোঁচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদ,গোলকগঞ্জত কোঁচ - ৰাজবংশীৰ প্ৰতিবাদকাৰীৰ ওপৰ চলোৱা আক্ৰমণৰ বিৰুদ্ধে এই প্ৰতিবাদ
Nagaon, Nagaon | Sep 12, 2025
কলিয়াবৰত শুক্ৰবাৰে বিয়লি প্ৰায় দুই মান বজাত কোঁচ ৰাজবংশী সন্মিলনীৰ প্ৰতিবাদ। গোলকগঞ্জত কোঁচ - ৰাজবংশীৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী বাহিনীয়ে চলোৱা অত্যাচাৰ প্ৰতিবাদ,জনজাতিকৰণৰ দাবীত কলিয়াবৰৰ ভৰিধোৱাত সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰতিবাদকাৰীয়ে দাহ কৰে মুখ্যমন্ত্ৰীৰ জুমুঠি। প্ৰতিবাদকাৰীসকলে সমস্যা সমাধান ব্যতিৰেকে ২০২৬ ত বিজেপিক শাসনৰ পৰা ওফৰাই দিয়াৰ হুংকাৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!