Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: অসম—অৰুণাচল সীমান্তত সদৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ মৃগাঙ্ক অসম

Tinsukia, Tinsukia | Sep 11, 2025
তিনিচুকীয়া আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ আলফা স্বাধীনৰ শীৰ্ষ কেডাৰ মৃগাঙ্ক অসম ওৰফে বুদ্ধেশ্বৰ গোঁহাই৷ অসম—অৰুণাচল সীমান্তত তিনিচুকীয়া আৰক্ষীৰ ওচৰত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ গৰাকীয়ে৷ আলফা স্বাধীনৰ কেডাৰ গৰাকীৰ পৰা জব্দ কৰিছে মাৰণাস্ত্ৰ৷ সন্ধ্যা প্ৰায় ৮ বজাত তিনিচুকীয়া আৰক্ষীয়ে মৃগাঙ্ক অসমক এক গোপন স্থানত সোধাপোচা চলাইছে ।
Read More News
T & CPrivacy PolicyContact Us