Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: বিলাসীপাৰাৰ বৰকান্দা খেল পথাৰত চলি থকা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল খেল প্ৰতিযোগিতাত ভয়ংকৰ মাৰপিটৰ ঘটনা

Dhubri Part, Dhubri | Sep 5, 2025
বিলাসীপাৰাৰ বৰকান্দা খেল পথাৰত চলি থকা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ফুটবল খেল প্ৰতিযোগিতাত ভয়ংকৰ মাৰপিটৰ ঘটনা | বৰকান্দাৰ গিভ টু লাইভ ফাউণ্ডেচনে আয়োজন কৰা স্বাধীনতা কাপ ফুটবল প্ৰতিযোগিতাত আজি সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা | কেৰেলা, মধ্যপ্ৰদেশ,ছিকিম, পশ্চিমবংগ আজি ৰাজ্যৰ দলে অংশ গ্ৰহণ কৰিছে |
Read More News
T & CPrivacy PolicyContact Us