Download Now Banner

This browser does not support the video element.

ওদালগুৰি: বালিচন্দা গাঁৱৰ লাউদুং খেল পথাৰত অনুষ্ঠিত ইউপিপিএলৰ দলৰ নিৰ্বাচনী সভাত বিটিচিৰ প্ৰাক্তন চীফ প্ৰমোদ বড়োৰ অংশগ্ৰহণ

Udalguri, Udalguri | Sep 13, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ লগতে ইউপিপিএল দলে ধনশিৰি সমষ্টিৰ বালিচন্দাৰ লাউদুং খেল পথাৰত এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। উক্ত সভাত বিটিচিৰ প্ৰাক্তন চীফ প্ৰমোদ বড়োয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক আশ্বাস,বিশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে সভাত দলৰ কেন্দ্ৰীয়, জিলা আৰু ব্লক পৰ্যায়ৰ নেতা কৰ্মী সকলক লগতে অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us