This browser does not support the video element.
দলগাঁও ভাগ: দলগাঁৱত যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ ৪০ লাখ টকা, এজনক আটক আৰক্ষীৰ
Dalgaon Part, Darrang | Aug 6, 2025
দৰঙৰ দলগাঁৱত যাত্ৰীবাহী বাছৰ পৰা উদ্ধাৰ ৪০ লাখ টকা৷ দলগাঁও আৰক্ষীয়ে নাকা তালাচী কৰি থকা অৱস্থাত এখন যাত্ৰীবাহী বাছত উদ্ধাৰ হয় বিশাল পৰিমাণৰ টকাখিনি৷ অশোক কুমাৰ মাহনত নামৰ ব্যক্তি এজনে দুটা বেগত টকাখিনি তেজপুৰৰ পৰা গুৱাহাটীলৈ গৈ আছিল৷ দলগাঁও থানাৰ আৰক্ষীয়ে ব্যক্তিজনক আটক কৰি অনুসন্ধান অব্যহত ৰাখিছে৷