Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: ৰূদ্ৰসাগৰ পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধিৰ আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণৰ লগতে প্ৰথম খন ৰাজহুৱা সভা অনুষ্ঠিত

Sibsagar, Sivasagar | Aug 1, 2025
ৰূদ্ৰসাগৰ পঞ্চায়তৰ নৱ নিৰ্বাচিত প্ৰতিনিধিৰ আনুষ্ঠানিক দায়িত্বভাৰ গ্ৰহণৰ লগতে প্ৰথম খন ৰাজহুৱা সভা অনুষ্ঠিত । গায়ন-বায়ন শোভাযাত্ৰা কৰি ৰূদ্ৰসাগৰ পঞ্চায়তত প্ৰৱেশ নৱ নিৰ্বাচিত প্ৰতিনিধি সকল । স্থানীয় শতাধিক ব্যক্তিৰ উপস্থিতিত পঞ্চায়তৰ সভানেত্ৰীয়ে ফিটা কাটি প্ৰৱেশ কৰে পঞ্চায়তৰ গৃহত । ইয়াৰ পাছতেই অনুষ্ঠিত হয় ৰাজহুৱা সভা ৰূদ্ৰসাগৰ পঞ্চায়তৰ অন্তৰ্গত গাঁৱ , ৱাৰ্ডৰ ৰাইজৰ সতে ।
Read More News
T & CPrivacy PolicyContact Us