Download Now Banner

This browser does not support the video element.

হোজাই: আৰক্ষীয়ে ভণ্ড কবিৰাজক FCI ৰোডৰ পৰা আটক কৰি শ্ৰীমন্ত শংকৰদেৱনগৰ আদালতত প্ৰেৰণ কৰে

Hojai, Hojai | Sep 22, 2025
ধৰ্মীয় অনুভূতিত আঘাত হানি আৰক্ষীৰ জালত এজন ভণ্ড কবিৰাজ।আটকাধীন কবিৰাজ জনক আৰক্ষীয়ে সোমবাৰে দিনৰ ৩বজাত শ্ৰীমন্ত শংকৰদেৱ নগৰ আদালতত প্ৰেৰণ কৰে।উল্লেখ্য মায়ং তান্ত্ৰিকৰ নাম লৈ ৰাজেশ চৌধুৰী নামৰ কবিৰাজ জনে চলাইছিল ব্যৱসায়।ইতিমধ্যে আৰক্ষীয়ে 294/25 নম্বৰত গোচৰ ৰুজু কৰি BNS ৰ ৩১৮(৪)/১৯৬/১৩২ ধাৰা সন্নিবিষ্ট কৰি শ্ৰীমন্ত শংকৰদেৱনগৰ আদালতত প্ৰেৰণ কৰে।
Read More News
T & CPrivacy PolicyContact Us