Download Now Banner

This browser does not support the video element.

বাক্সা: গোৰেশ্বৰ 176 নং বুথৰ বাগডোবাত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভা

Baska, Baksa | Sep 9, 2025
মঙলবাৰে সন্ধিয়া প্ৰায় সাত মান বজাত গোৰেশ্বৰ 176 নং বুথৰ বাগডোবাত অনুষ্ঠিত এখন সভাত নিৰ্বাচনী প্ৰচাৰ চলাই দেৱেশ্বৰ নাৰ্জাৰীয়ে। উক্ত সভাত 30 নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিবাসী ৰাইজৰ অভূতপূৰ্ব মৰম স্নেহৰ প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ পৰে প্ৰাৰ্থী গৰাকী । ইফালে উক্ত সভাত যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে নেতা গৰাকী ।
Read More News
T & CPrivacy PolicyContact Us