Download Now Banner

This browser does not support the video element.

মৰিগাঁও: সদৰ বিহুতলি প্ৰাঙ্গনত কলিতা জনগোষ্ঠী সন্মিলন জিলা সমিতিৰ অনশন কাৰ্যসূচী গ্ৰহণ, জনজাতিকৰণৰ লগতে ভিন্ন দাবী উত্থাপন

Marigaon, Morigaon | Sep 2, 2025
সদৰ বিহুতলি প্ৰাঙ্গনত কলিতা জনগোষ্ঠী সন্মিলন জিলা সমিতিৰ অনশন কাৰ্যসূচী গ্ৰহণ।কলিতা জনগোষ্ঠী সন্মিলন, অসম মৰিগাঁও জিলা সমিতি অনশন কাৰ্যসূচী গ্ৰহণ।কলিতা সকলক শিক্ষা, চাকৰি, ব্যৱসায়ত ১৮ শতাংশ সংৰক্ষণ, ভূমিৰ অধিকাৰ নিশ্চিত কৰা আৰু অনুসূচীত জনজাতিকৰন কৰাৰ দাবীত এই অনশন কার্যসূচী গ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us