Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: চৌকিডিঙ্গী খেলপথাৰ শিল্পী জুবিন গাৰ্গৰ সৰ্বধৰ্মীয় ৰাজহুৱা আদ্য শ্ৰাদ্ধ, অংশগ্ৰহণ কৰে খ্ৰীষ্টান, মুছলমান, হিন্দু ধৰ্মীয়
Dibrugarh East, Dibrugarh | Oct 5, 2025
আজি ৰবিবাৰে পুৱাৰে পৰা দিনৰ ৩ বজাৰ লৈকে মহানগৰৰ চৌকিডিঙ্গী খেলপথাৰত জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ উদ্যোগত প্ৰিয় শিল্পী জুবিন গাৰ্গৰ সৰ্বধৰ্মীয় আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয়। এই আদ্য শ্ৰাদ্ধত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নিজ নিজ পৰম্পৰা অনুসৰি প্ৰাৰ্থনা কৰে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগতে হিন্দু, মুছলমান, খ্ৰীষ্টান ধৰ্মৰ লোকে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!