This browser does not support the video element.
ডুমডুমা: ডুমডুমা বাঘজানত প্রায় ৭০ কেজি গো-মাংস জব্দ বিশ্ব হিন্দু পৰিষদ আৰু স্থানীয় ৰাইজৰ
Doom Dooma, Tinsukia | Aug 24, 2025
দেওবাৰে দুপৰীয়া প্ৰায় ২ মান বজাত ডুমডুমা বাঘজানত প্রায় ৭০ কেজি গো-মাংস জব্দ বিশ্ব হিন্দু পৰিষদ আৰু স্থানীয় ৰাইজৰ । বাঘজান ৭নং লাইনত হেম বেছেৰা নামৰ লোকজনৰ পৰা ২০কেজি আৰু বাঘজান ১০লাইনৰ চন্দন ফুলচাই নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা ৪০কেজি গো-মাংস জব্দ কৰিবলৈ সক্ষম হৈছে হয় । ইতিমধ্যে ব্যক্তিদুজনক আটক কৰি আৰক্ষীক চমজাই দিছে স্থানীয় ৰাইজ আৰু বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বই