Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বিটিচি সচিবালয়ৰ সন্মুখত বনছুৰ নেতৃত্বত বিটিচিৰ বিভিন্ন বিভাগত নিযুক্তিত হোৱা কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী

Kokrajhar Part, Kokrajhar | Aug 26, 2025
মংগলবাৰ দিনা দিনৰ ১২ বজাত কোকৰাঝাৰৰ বড়োফা নগৰৰ বিটিচি সচিবালয়ৰ সন্মুখত বনছুৰ নেতৃত্বত যুৱ সমাজে বিটিচিত বন বিভাগৰ লগতে বিভিন্ন বিভাগত চলি থকা নিযুক্তি প্ৰক্ৰিয়া তথা নিযুক্তিত হোৱা কেলেংকাৰিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে, আৰু জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী তথা বিটিচিৰ প্ৰিনচিপল সচিবক স্মাৰক পত্ৰ প্ৰদান কৰী বিটিচিত চাকৰি দিয়াৰ নামত হোৱা কেলেংকাৰিৰ তদন্ত কৰাৰ বাবে আহ্বান জনায়
Read More News
T & CPrivacy PolicyContact Us