Install App
manojbmc2009
This browser does not support the video element.
বঙাইগাঁও ভাগ: জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে বঙাইগাঁও চহৰত আৰক্ষীৰ তলাচী অভিযান, উপস্থিত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ
Bongaigaon Part, Bongaigaon | Aug 28, 2025
জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যৰে বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে চলায় আছে তলাচী অভিযান। বৃহস্পতিবাৰে জিলাৰ আন আন অঞ্চলৰ লগতে বঙাইগাঁও চহৰত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা হয় তলাচী অভিযান ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!