Install App
bastav_news
This browser does not support the video element.
ওদালগুৰি: ৰজাগড়ত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়, উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা
Udalguri, Udalguri | Sep 8, 2025
সমাগত ২২ চেপ্তেম্বৰত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন।সেয়ে জিলা খনৰ ৰজাগড়ৰ নালাপাৰাত বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি ভাষণ দিয়াৰ লগতে প্ৰতিশ্ৰুতি আৰু আশ্বাস প্ৰদান কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!