Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: আগন্তুক বিটিআৰ নিৰ্বাচন লৈ বাসুগাঁওৰ শাকাতিগাঁৱত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত মন্ত্ৰী কৌশিক ৰায়
India | Sep 10, 2025
চিৰাং জিলাৰ বাসুগাঁৱত ১৩ নম্বৰ চিৰাং পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী কাৰ্যালয় মুকলিৰ পাছতে বিজেপি দলে চিৰাঙত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ সভা ,চিৰাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৌমখৌৰ ব্ৰহ্মৰ সমৰ্থনত আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মন্ত্ৰী কৌশিক ৰায় আৰু বিধায়ক ৰমাকান্ত দেউৰীয়ে ,চিৰাং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সৌমখৌৰ ব্ৰহ্মক ভোট প্ৰদান কৰি বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!