Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: বঙাইগাঁও চিলাৰায় উৰণীয়া সেঁতুত প্রতিবাদী কার্যসূচী আক্ৰছুৰ,ক'লা পতাকা উৰুৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন আক্ৰাছুৰ

Bongaigaon Part, Bongaigaon | Aug 28, 2025
বঙাইগাঁও চিলাৰায় উৰণীয়া সেঁতুত প্রতিবাদী কার্যসূচী আক্ৰছুৰ, ক'লা পতাকা উৰুৱাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আক্ৰাছুয়ে। ১৯৪৯ চনৰ ২৮ আগষ্ট ভাৰত চৰকাৰৰ তদানীন্তন প্রধান মন্ত্রী জৱাহৰলাল নেহেৰু, গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচ কমতাপুৰ ৰাজ্য ৰজা মহাৰাজ জগদ্বীপেন্দ্ৰ নাৰায়ন ভূপবাহাদুৰৰ সৈতে মাৰ্জাৰ চুক্তি হৈছিল আৰু কমতাপুৰ ৰাজ্যক "গ" শ্ৰেণীৰ ৰাজ্যৰ মৰ্যদা দিয়াৰ পিছতো এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰা বাবে প্ৰতিবাদী কাৰ্যসূচী কৰে আক্ৰাছুই।
Read More News
T & CPrivacy PolicyContact Us