Download Now Banner

This browser does not support the video element.

গোলাঘাট: জুবিন গাৰ্গৰ মৃত্যুত জৰিত সকলে শাস্তি পাওক,দেবী দুৰ্গাৰ সন্মুখক সেয়াই পাৰ্থনা,মিছন ৰোডত মন্তব্য মন্ত্ৰী অতুল বৰাৰ

Golaghat, Golaghat | Oct 2, 2025
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দোষীয়ে শাস্তি পাওক,দেবী দুৰ্গাৰ সন্মুখক সেয়াই পাৰ্থনা,মিছন ৰোডত মন্তব্য মন্ত্ৰী অতুল বৰাৰ l আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান দেশ বাসি l জুবিন গাৰ্গৰ মৃত্যুৰ বাবেই দুৰ্গা পূজাৰ এইবাৰ আনন্দ উল্লাস কম দেখিবলৈ পোৱা গল যদিও কালি জুবিন গাৰ্গৰ মৃত্যুত জৰিত মুখ্য অভিযুক্ত দুটাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচতেই ৰাজ্য বাসিয়ে কিছু সকাহ পাইছে বুলি বৃহস্পতি বাৰে দিনৰ প্ৰায় ২ বজাত মন্তব্য মন্ত্ৰী অতুল বৰাৰ।
Read More News
T & CPrivacy PolicyContact Us