Download Now Banner

This browser does not support the video element.

ওদালগুৰি: বালিচিহা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী চন্দ্ৰ কান্ত দৈমাৰীৰ আকস্মিক মৃত্যু, অন্তিম শ্ৰদ্ধাঞ্জলি জনালে এবচুৰ লগতে দল সংগঠনে

Udalguri, Udalguri | Oct 9, 2025
ৰৌতাৰ বালিচিহা গাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন ছাত্ৰনেতা চন্দ্ৰ কান্ত দৈমাৰীৰ আকস্মিক মৃত্যুত অঞ্চলৰ জুৰি শোকৰ ছাঁ পৰে। দৈমাৰীৰ মৃত্যুত তেখেতৰ বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এবচুৰ লগতে অঞ্চলৰ দল সংগঠনে। ইপিনে দৈমাৰীৰ মৃত্যুত প্ৰাক্তন ইএম নিলোৎ স্বৰ্গীয়াৰিৰ লগতে অঞ্চলৰ বিশিষ্ট লোক সকলে শোক প্ৰকাশ কৰে।
Read More News
T & CPrivacy PolicyContact Us