Download Now Banner

This browser does not support the video element.

গুৱাহাটী: ৰেগিঙক কেন্দ্ৰ কৰি মহানগৰীৰ শিক্ষা প্ৰতিষ্ঠানত মাৰপিট,চিকিৎসাধীন এজন ছাত্ৰ,গুৱাহাটীত মন্তব্য ডিচিপি মৃণাল ডেকাৰ মন্তব্য

Guwahati, Kamrup Metropolitan | Sep 12, 2025
ৰেগিঙক কেন্দ্ৰ কৰি মহানগৰীৰ শিক্ষা প্ৰতিষ্ঠানত ভয়ংকৰ মাৰপিট। সংকটজনক অৱস্থাত চিকিৎসাধীন এজন ছাত্ৰ। শুকুৰবাৰে গুৱাহাটীত মন্তব্য ডিচিপি মৃণাল ডেকাৰ। নেৰিমৰ দুটা ছাত্ৰ গোটৰ মাজত প্ৰচণ্ড মাৰপিট।শিক্ষা প্ৰতিষ্ঠানখনৰ মণিপুৰী ছাত্ৰ দলক বেয়াকৈ প্ৰহাৰ একাংশ ছাত্ৰৰ।দুই ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জোচেফ ছাৰকো নামৰ এজন ছাত্ৰ।
Read More News
T & CPrivacy PolicyContact Us