Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: লাহোৱালত কাইলৈ হব লগীয়া কংগ্ৰেছৰ বুথ কৰ্মী সকলৰ বিশেষ সভাৰ পৰিস্থিতিৰ বৰ্যবেক্ষণ কৰে APCC ৰ সভাপতি গৌৰৱ গগৈয়ে

Dibrugarh East, Dibrugarh | Aug 30, 2025
কাইলৈ ৰবিবাৰে লাহোৱালত অনুষ্ঠিত হব কংগ্ৰেছৰ জিলা পৰ্যায়ৰ বুথ কৰ্মী সকলৰ এখন বিশেষ সভা। আজি শনিবাৰে নিশা ১০ বজাত উক্ত স্থানত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে APCC ৰ সভাপতি গৌৰৱ গগৈয়ে। উপস্থিত হৈ সাংসদ গৰাকীয়ে সাংবাদিক সকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, ইতিমধ্যে কংগ্ৰেছৰ প্ৰতি অসমৰ জনসাধাৰণৰ মাজত এটা নতুন চিন্তাধাৰা দেখিবলৈ পোৱা গৈছে
Read More News
T & CPrivacy PolicyContact Us