Download Now Banner

This browser does not support the video element.

বজালী ভাগ: বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অভিভাৱক অভিভাৱকা সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশ গ্ৰহণ

Bajali Part, Barpeta | Aug 23, 2025
বজালী অঞ্চলৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে সগৌৰৱেৰে শতবৰ্ষত ভৰি দিলে । সেয়েহে জানুৱাৰী মাহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবাৰ্ষিকী অনুষ্ঠানটো উদযাপন কৰিবলৈ ঠিৰাং কৰা হৈছে । তাৰ পৰিপ্ৰেক্ষিততে শনিবাৰে অনুষ্ঠিত হোৱা অভিভাৱক-অভিভাৱকা সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰি গুণগত মানদণ্ডৰে একক আৰু অনন্য ৰূপত শতবাৰ্ষিকী অনুষ্ঠানটি আয়োজন কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱকাসকলৰ লগতে বজালীবাসী ৰাইজক আহ্বান জনায় ।
Read More News
T & CPrivacy PolicyContact Us