Install App
jerina7
This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ যোগদানৰ কাৰ্যসূচী ,শতাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে বিজেপিৰ দলত যোগদান
Margherita, Tinsukia | Sep 4, 2025
বৃহস্পতিবাৰে মাৰ্ঘেৰিটাৰ নিউকলনি স্থিত নৱ নিৰ্মিত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ এক বৃহৎ যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিয়লি ৩ বজা পৰ্যন্ত অনুষ্ঠিত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তৰা প্ৰসাদ দিহিঙ্গীয়া, মাৰ্ঘেৰিটা ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সম্পাদিকা সুমিত্ৰা চেতিয়া মেছ উপস্থিত থাকে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!