Install App
prasanta98780
This browser does not support the video element.
হোজাই: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ হোজাই ৰামপুৰ বস্তিত চাৰিদিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা উদযাপন কৰা হয় গণেশ চতুৰ্থী
Hojai, Hojai | Aug 27, 2025
গনেশ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে দিনৰ ১২বজাত হোজাই ৰামপুৰ বস্তিত সিদ্ধিদাতা গণেশ দেৱতাক পূজা-অৰ্চনা। পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণ মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল।ধূপ-দীপ,নৈবৈদ্য ৰে গণেশ দেৱতাক পূজা অৰ্চনা কৰাৰ বাবে যথেষ্ট ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়।লগতে ভক্ত সকলৰ মনোবাঞ্ছনা পূৰণৰ বাবে গণেশ দেৱতাৰ পৰা আশীষ লোৱা পৰিলক্ষিত হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!