This browser does not support the video element.
বৰপেটা: বৰপেটা সত্ৰত দহ দিনীয়াকৈ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ পালন
Barpeta, Barpeta | Sep 3, 2025
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বুধবাৰৰ পৰা দহ দিনীয়াকৈ মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ পালন কৰা হয় ৷ বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় ৷ কীৰ্তন মহোৎসৱ উপলক্ষে সত্ৰত নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগও কৰা হয় ৷