Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: অজন্তা বাইপাছত ভয়ংকৰ দুৰ্ঘটনা , তেলৰ টেংকাৰে মহতিয়াই নিলে এখন এল্টো বাহন , বাহনৰ যথেষ্ট ক্ষতিসাধন

Jorhat West, Jorhat | Sep 8, 2025
যোৰহাটৰ অজন্তা বাইপাছত ভয়ংকৰ দুৰ্ঘটনা। তেলৰ টেংকাৰে মহতিয়াই নিলে এখন এল্টো বাহন । বাহনৰ যথেষ্ট ক্ষতিসাধন। আৰক্ষী উপস্থিত হৈ দুয়োখন বাহন থানালৈ নিয়ে । যোৰহাটৰ অজন্তা বাইপাছত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । এখন তেলৰ টেংকাৰে মহতিয়াই নিলে এখন এল্টো । কথমপি প্ৰাণ ৰক্ষা এল্টো খনৰ চালক গৰাকীৰ লগতে আন আৰোহীৰ।
Read More News
T & CPrivacy PolicyContact Us