Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: শালমাৰাস্থিত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ সচিবালয়ত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পঞ্চম প্ৰতিষ্ঠা দিৱস উদযাপন

Srijangram, Bongaigaon | Sep 3, 2025
কোচ ৰাজবংশী জনগোষ্ঠীৰ ভূমিৰ অধিকাৰকে ধৰি সৰ্বাংগীন উন্নয়নৰ বাবে গঠিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পঞ্চম প্ৰতিষ্ঠা দিৱস বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে বঙাইগাঁও জিলাৰ শালমাৰা স্থিত সচিবালয় প্ৰাংগনত পালন কৰা হয়। কাৰ্যসূচী মতে পূৱা অতিথি অপ্যায়ন আৰু আসন গ্ৰহণৰ পিছত বন্তি প্ৰজ্বলন কৰে কেএচিৰ মূখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ে। আঁদৰণি ভাষণ প্ৰদান কৰে কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মণে।
Read More News
T & CPrivacy PolicyContact Us