Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গৌৰীপুৰ দ্বাৰচৌকাত সদৌ দেশী জাতীয় পৰিষদৰ আঞ্চলিক সমিতি গঠন

Dhubri Part, Dhubri | Aug 24, 2025
গৌৰীপুৰ দ্বাৰচৌকাত হোৱা এখন সাধাৰণ সভাত সদৌ দেশী জাতীয় পৰিষদৰ ধুবুৰী জিলা সমিতিৰ অধীনত বৃহত্তৰ #শিলাইৰপাৰ আঞ্চলিক_সমিতি_এখন_ গঠন_কৰা_হয়৷ আঞ্চলিক সমিতি খনৰ সভাপতি হিচাপে নির্বাচিত কৰা হয় ,#মনোৱাৰ _দেশী,আৰু সাধাৰণ সম্পাদক“ হিচাপে #আব্দুল মালেক_সেখ কার্যকৰী সভাপতি হিচাপে #নুৰ ইছলাম_ কে আদি কৰি ৩১ জনীয়া এখন শক্তি শালী সমিতি গঠন কৰা হয়৷
Read More News
T & CPrivacy PolicyContact Us