This browser does not support the video element.
নগাঁও: নগাঁৱত ৰ'দ বদলি ১৪৬ গৰাকী লাট মণ্ডল, জিলা আয়ুক্ত কাৰ্যালয়ত প্ৰতিক্ৰিয়া প্ৰকাশ জিলা আয়ুক্তৰ
Nagaon, Nagaon | Aug 3, 2025
চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ দুৰ্নীতি ৰোধ কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ বৃহৎ সিদ্ধান্ত। একেদিনাই ৰদ বদল নগাঁও জিলাৰ ১৩৮ গৰাকী লাট মণ্ডল। একাংশ লাট মণ্ডলৰ বিৰুদ্ধে আছে দুৰ্নীতিৰ অভিযোগ। দীৰ্ঘদিনে একেটা কাৰ্য্যালয়ত থাকি দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়ি তোলাৰ অভিযোগ আছে একাংশ লাট মণ্ডলৰ বিৰুদ্ধে। ২৮ বছৰ পৰ্য্যন্ত একেটা কাৰ্য্যালয়ত চকী খামুচি ৰখাৰ অভিযোগ আছে একাংশ লাট মণ্ডলৰ বিৰুদ্ধে।